Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: "অখিল গগৈক মাফ খুঁজিব লাগিব" চহৰত মন্তব্য AKRSUৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ

Bongaigaon Part, Bongaigaon | Sep 7, 2025
" অখিল গগৈক মাফ খুঁজিব লাগিব " বঙাইগাঁও চহৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলৰাম বৰ্মনৰ মন্তব্য। অখিল গগৈ কৈছিল যে ছয় জনগোষ্ঠীৰ নেতা সকল শাসকীয় দলৰ নেতাৰ পৰা পইচা লৈছে। এই মন্তব্যৰ পিছত অখিল গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে বলৰাম বৰ্মনে।
Read More News
T & CPrivacy PolicyContact Us