Download Now Banner

This browser does not support the video element.

মৰিগাঁও: বৰপুজীয়াত অনুষ্ঠিত ৪২ ৰ শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত বিধায়ক শশীকান্ত দাস

Marigaon, Morigaon | Aug 26, 2025
১৯৪২ চনৰ ২৬ আগষ্ট দিনটোতে দেশ মাতৃৰ স্বাধিনতাৰ বাবে প্ৰাণ আহুতি দিছিল বাৰপূজীয়াৰ হেমৰাম পাটৰ আৰু কপাহেৰা শান্তিপুৰৰ গুনাভি ৰাম বৰদলৈয়ে। ৪২ৰ গণ আন্দোলত বৃটিছৰ পথ বন্ধ কৰিবলৈ গৈ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল দুয়োজন বিৰ যোদ্ধা। ৪২ৰ শ্বহীদ হেমৰাম পাতৰ আৰু গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি আজি বন্তি প্ৰজ্বলন কৰি শ্বহীদ দিৱসটি অনুষ্ঠিত কৰা হয়। শ্বহীদ দিৱসত উপস্থিত হৈ দুয়োজন শ্বহীদকে স্বৰ্ধাঞ্জলি দিয়ে ৰহা সমষ্টি বিধায়ক শশীকান্ত দাস আৰু বিও বিভাগ সচিব হেমন্ত কুমাৰ দেউৰী।
Read More News
T & CPrivacy PolicyContact Us