Download Now Banner

This browser does not support the video element.

বাঘবৰ: কলগাছিয়াৰ বাংকাবাঙা গাঁৱত দুষ্প্ৰাপ্য জহামাল উদ্ধাৰ কৰি ৰাইজে বনবিভাগক গতাই দিয়ে

Baghbor, Barpeta | Aug 26, 2025
কলগাছিয়াৰ বাংকাবাঙা গাঁৱত মঙলবাৰে উদ্ধাৰ কৰা হয় বিলুপ্তপ্ৰায় এটি জহামাল। জানিব পৰা মতে বাংকাবাঙা বি টি হাই স্কুলৰ সন্মুখত থকা এখন দোকানত কেইদিনমান ধৰি ৰাইজে জহামাল প্ৰত্যক্ষ কৰে। বাংকাবাঙা গাঁৱৰ ৰাইজে একত্ৰিত হৈ দোকানৰ পৰা জহামালটো ধৰি কলগাছিয়াৰ বাংকাবাঙা বজাৰত বান্ধি ৰাখে। পিছত ৰাইজে বনবিভাগক অৱগত কৰি জহামালটোক বনবিভাগক গতাই দিয়ে ৷
Read More News
T & CPrivacy PolicyContact Us