This browser does not support the video element.
মাদানী সন্ধৰ্ভত ডবকাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য প্ৰকাশ
Doboka, Hojai | Sep 3, 2025
মাদানী সন্ধৰ্ভত বুধবাৰে বিয়লি প্ৰায় ৪মান বজাত ডবকাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য প্ৰকাশ।তেওঁ কয় যে মাদানীক হিমন্ত বিশ্ব শৰ্মায় মাতি আনিছে।যেনেকৈ আজমলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগতে তলে তলে এটা সম্বন্ধ আছে আৰু এই সম্বন্ধ মাদানীৰ লগত আছে।হিমন্ত বিশ্ব শৰ্মা যেতিয়া দিল্লী লৈ যায় তেতিয়া মাদানীৰ লগত লগ ধৰে।এনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।