This browser does not support the video element.
চাৰিদুৱাৰ: জুবিন গাৰ্গৰ মৃত্যুত ৰঙাপৰাত CPIM দলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে
Chariduar, Sonitpur | Sep 21, 2025
জুবিন গাৰ্গৰ মৃত্যুত দেওবাৰে বিয়লি ৪ বজাত ৰঙাপৰাত CPIM দলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোঁকৰ ছা পৰিছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পী গৰাকীক সোঁৱৰি জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপৰাৰ ঠাকুৰবাৰীত CPIM দলে আজি শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত CPIM দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷