Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও আৰক্ষীয়ে কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়দী

Marigaon, Morigaon | Aug 26, 2025
মৰিগাঁও আৰক্ষীয়ে কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়দি। পলাতক দুই কয়দী জীয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ। কৰ্ণাটকৰ চিকমগ্লোৰ জিলাৰ এখন ৰবৰৰ বাগানৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us