Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চচলত গীতা পাঠ কৰি নাম গায় প্ৰতিবাদ সাব্যস্ত সদৌ অসম চৰকাৰী অস্থায়ী স্বাস্থ্য কৰ্মীৰ

Guwahati, Kamrup Metropolitan | Sep 10, 2025
চচলত গীতা পাঠ কৰি নাম গায় প্ৰতিবাদ সাব্যস্ত সদৌ অসম চৰকাৰী অস্থায়ী স্বাস্থ্য কৰ্মীৰ।আজি ৮ দিন ধৰি চচলৰ প্ৰতিবাদ স্থলীত অব্যাহত সদৌ অসম চৰকাৰী অস্থায়ী স্বাস্থ্য কৰ্মীৰ ধৰ্ণা কাৰ্যসূচী।অস্থায়ী স্বাস্থ্য কৰ্মীৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়া কৰণকে ধৰি কেইবাটাও দাবী লৈ সাব্যস্ত কৰি আছে প্ৰতিবাদ ।প্ৰতিবাদী সকলৰ সমস্যা সমাধান নকৰা পৰ্যন্ত অনিৰ্দিষ্ট কালীন ধৰ্ণা কাৰ্যসূচী চলাই যোৱাৰ হুংকাৰ।
Read More News
T & CPrivacy PolicyContact Us