Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত কাজলগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে বিপিএফ কৰ্মীৰ সংবাদ মেল
India | Aug 23, 2025
প্ৰাক্তন মন্ত্ৰী তথা কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফ কৰ্মী। কাজলগাঁও বিপিএফ কাৰ্যালয়ত বিপিএফৰ জ্যেষ্ঠ নেতা কৰ্মীৰ সংবাদমেল,চন্দন ব্ৰহ্ম আমাৰ সতীৰ্থ আছিল যদিও তেওঁ এইবাৰ জয় হব নোৱাৰে, কাজলগাঁৱত বিপিএফৰ ভেটি বহু শক্তিশালী , সংখ্যালঘু ভোটাৰ ১০০ শতাংশ বিপিএফৰ লগত আছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!