Download Now Banner

This browser does not support the video element.

গোলাঘাট: বন কৰ্মী দশমী দুৱৰাৰ মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবীত ২৭ আগষ্টত গোলাঘাট জিলা বন্ধৰ দাবী ৩১ তা দল সংগঠনৰ

Golaghat, Golaghat | Aug 24, 2025
বন কৰ্মী দশমী দুৱৰাৰ মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবীত ২৭ আগষ্টত গোলাঘাট জিলা বন্ধৰ দাবী ৩১ তা দল সংগঠনৰ l দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত গোলাঘাট জি এফ ৰোডত ৩১ তা দল সংগঠনৰ এক বিশেষ সভা অনুষ্ঠিত কৰাৰ পিচতেই সংবাদ মেলত স্পষ্ট কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই।
Read More News
T & CPrivacy PolicyContact Us