Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সুধা কণ্ঠ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰা হয়

Balijana, Goalpara | Sep 8, 2025
চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সুধা কণ্ঠ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰা হয়।এই সন্দৰ্ভত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত প্ৰদীপ টিমুং, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বৰ্মন, অধ্যাপক ড° সিদ্ধিনাথ শৰ্মা, জেষ্ঠ্য সাংবাদিক দিলীপ কুমাৰ শৰ্মা, গোৱালপাৰা উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ দীপক কুমাৰ নাথ আদি বিশিষ্ট অতিথি সকলে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱনীৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰে।
Read More News
T & CPrivacy PolicyContact Us