Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: খাৰুপেতীয়াত শাক-পাচলিৰ পাইকাৰী আৰু খুচুৰা বজাৰ উদ্বোধন কৰে ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই

Dalgaon Part, Darrang | Aug 9, 2025
অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধীনস্থ দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ উদ্যোগত খাৰুপেটীয়ত শাক পাচলিৰ পাইকাৰী, খুচুৰা আৰু মঙলবৰীয়া সাপ্তাহিক বজাৰৰ শুভ উদ্বোধন কৰা হয় ।। নিজ খাৰুপেটীয়া স্থিত কৃষি বজাৰ খন ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই । দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ বানিজ্য পৰিদৰ্শক তথা খাৰুপেটীয়া PMY বজাৰৰ তত্বাৱধায়ক ছেলিম উদ্দিন আহমেদ , মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যেতি দাস
Read More News
T & CPrivacy PolicyContact Us