Download Now Banner

This browser does not support the video element.

পলাশবাৰী: 'বিজেপি ত্যাগ কৰা বুলি ওলোৱা মানুহবোৰ যোৱা ৫ বছৰেই দলৰ সৈতে সক্ৰিয়ভাৱে নাই', কাঁহিকুছিত মুখ্যমন্ত্ৰীৰ মন্তব্য

Palasbari, Kamrup | Sep 3, 2025
বিজেপি ত্যাগ কৰা বুলি ওলোৱা মানুহবোৰ যোৱা ৫ বছৰেই দলৰ সৈতে সক্ৰিয়ভাৱে নাই৷ বুধবাৰে আজাৰাৰ কাঁহিকুছিত প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ বিজেপি ত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে বিজেপিৰ সভা-সমিতিসমূহলৈ অহা নাই৷ সেই মানুহখনিয়ে যোৱা বিধান সভা, লোকসভা সকলোতে কংগ্ৰেছকে সমৰ্থন কৰিছে৷
Read More News
T & CPrivacy PolicyContact Us