This browser does not support the video element.
বৰপেটা: কয়াকুছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অতিৰিক্ত শ্ৰেণী কোঠালী নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰ
Barpeta, Barpeta | Sep 6, 2025
কয়াকুছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দহ লাখ টকাৰে নিৰ্মাণ হবলগীয়া অতিৰিক্ত শ্ৰেণী কোঠালী নিৰ্মাণ আঁচনিৰ আধাৰশিলা শনিবাৰে স্থাপন কৰা হয় । কয়াকুছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অতিৰিক্ত শ্ৰেণী কোঠালী নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ অতিৰিক্ত শ্ৰেণী কোঠালী নিৰ্মাণে ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰা শ্ৰেণীকোঠালীৰ সমস্যাৰ সমাধান হ'ব বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷