Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মোহনপুৰত আঞ্চলিক ভিত্তিত অনুষ্ঠিত হোৱা লক্ষ্মী পূজাৰ শুভ উদ্বোধন কৰে বিধায়ক চৰণ বড়োয়ে

Udalguri, Udalguri | Oct 6, 2025
জিলা খনৰ মোহনপুৰত লক্ষ্মী হাৰিমু আফাদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আঞ্চলিক ভিত্তিত অনুষ্ঠিত হয় শ্ৰীশ্ৰী লক্ষ্মী পূজা। উক্ত লক্ষ্মী পূজা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিধায়ক চৰণ বড়োয়ে। ইপিনে উক্ত সময় চোৱাত বিধায়ক গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি,বিপিএফৰ দলীয় কৰ্মকৰ্তা, উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us