Download Now Banner

This browser does not support the video element.

ৰহা: কাকতিগাঁৱত জল জীৱন আঁচনি থকাৰ পিছতো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে কেইবা শতাধিক ৰাইজে #jansamasya

Raha, Nagaon | Jul 5, 2025
কাকতিগাঁৱত জল জীৱন আঁচনি থকাৰ পিছতো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে কেইবা শতাধিক ৰাইজে।ৰহাত ধোঁৱা চাঙত উঠিছে বিতৰ্কিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জনস্বাস্থ্য কৰিকৰী বিভাগ৷ জল জীৱন মিছন আঁচনিৰ নামত ভকোঁ ভাওনা৷ আঁচনি আছে কিন্তু পানী নাই৷ এয়া ৰহাৰ কাকতিগাঁৱৰ জল জীৱন আঁচনিৰ দৃশ্য৷ তিনি বছৰৰ আগতেই ৰহা কাকতিগাঁৱত স্থাপন কৰা হৈছিল এই জল জীৱন মিচনৰ আঁচনিখন৷ প্ৰায় সহস্ৰাধিক পৰিয়াল বসবাস কৰা কাকতিগাঁৱৰ ৰাইজে আঁচনিখনৰ পৰা ছমাহমান পানী পালে৷ তাৰ পিচতেই বন্ধ হৈ পৰিল কেইবা
Read More News
T & CPrivacy PolicyContact Us