Download Now Banner

This browser does not support the video element.

হোজাই: মোৰাঝাৰত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ,হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ মন্তব্য

Hojai, Hojai | Aug 22, 2025
মোৰাঝাৰত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ।শুক্ৰবাৰে দিনৰ প্ৰায় ২.৩০বজাত হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ মন্তব্য।উল্লেখ্য বুধবাৰে জিলাখনৰ মোৰাঝাৰত এগৰাকী সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গ্রেপ্তাৰ কৰা লোকজনৰ পৰা উদ্ধাৰ হৈছিল এখন ভাৰতীয় পাছপার্ট আৰু পাকিস্তানৰ ভিছা।বুধবাৰে মোৰাঝাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তৰ প্রমাণ-পত্র বনাবলৈ গৈছিল সন্দেহজনক লোকজনে। পঞ্চায়ত সচিব মুজাম্মিল আলীয়ে লোকজনৰ কথা-বতৰা, নথি-পত্র আদিত সন্দেহ হোৱাত লোকজ
Read More News
T & CPrivacy PolicyContact Us