Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: মাডাৰ কেয়াৰ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ পৰিস্থিতি , মাৰপিত দুটা ফৈদৰ মাজত , CC কেমেৰাত বন্দী দৃশ্য
Jorhat West, Jorhat | Sep 13, 2025
যোৰহাটৰ মাডাৰ কেয়াৰ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত মাজ নিশা ভয়ংকৰ পৰিস্থিতি । মাৰপিত দুটা ফৈদৰ মাজত । শনিবাৰে দিনৰ ভাগত স্থানীয় ৰাইজ ওলাই আহি বিভিন্ন অভিযোগ উত্থাপন কৰে নিচামুক্তি কেন্দ্ৰটোত বিৰুদ্ধে। উক্ত কেন্দ্ৰতে দা , লাঠি , শিলগুটি লৈ মাজ নিশা প্ৰহাৰ নিচামুক্তি কেন্দ্ৰত থকা যুৱক আৰু আন এখন গাঁৱৰ যুৱকৰ মাজত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!