Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলাৰ মাজমজিয়াত মুখ্যমন্ত্ৰী পুত্তলিকা দাহ কৰে আক্ৰাছুৱে

Marigaon, Morigaon | Sep 11, 2025
বুধবাৰে জনজাতিকৰণৰ দাবীত গোলকগঞ্জত আক্ৰাছু'ৱে উলিয়াইছিল এক প্ৰতিবাদী সমদলত । আৰু সেই প্ৰতিবাদকাৰীক আৰক্ষীয়ে বৰ্বৰ ভাৱে লাঠি চালনা কৰি আহত কৰিছিল । এই ঘটনাৰ প্ৰতিবাদত আজি মৰিগাঁওৰ নগৰত আক্ৰাছুয়ে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকা।
Read More News
T & CPrivacy PolicyContact Us