Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চাৰিচকীয়া বাহন ভাৰালৈ দি বিপদত একাংশ স্বতাধিকাৰী, গ্ৰেপ্তাৰ প্ৰৱঞ্চক মনচুৰ আহমেদক, জব্দ ৭খন বিলাসী বাহন

Guwahati, Kamrup Metropolitan | Sep 6, 2025
চাৰিচকীয়া বাহন ভাৰালৈ দি বিপদত পৰিছে একাংশ বাহনৰ স্বতাধিকাৰী। ঘটনাৰে জড়িত প্ৰৱঞ্চক মনচুৰ আহমেদক গ্ৰেপ্তাৰ। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্তব্য আৰক্ষীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ ৭খন বিলাসী বাহন। বশিষ্ঠ আৰক্ষী থানাত ৰখা হৈছে বাহন কেইখন।
Read More News
T & CPrivacy PolicyContact Us