Download Now Banner

This browser does not support the video element.

সোণাৰি: দূৰ্গা পূজাত শ্ৰমিকে লাভ কৰিব সৰ্বোচ্চ ২০ শতাংশ পূজাৰ বোনাচ, সোণাৰিত চাহ মজদুৰ সংঘই জনালে সংবাদ মেল যোগে

Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ৫৬ খন সৰু বৰ চাহ বাগিচাৰ শ্ৰমিক সকলে চলিত বৰ্ষত লাভ কৰিব লগা দুৰ্গা পূজাৰ বোনাচ সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত সম্পাদক গৰাকীয়ে জানিব দিয়া অনুসৰি চলিত বৰ্ষত শাখা সংঘৰ অন্তৰ্গত সকলো বাগিচাৰ মালিক পক্ষ আৰু শাখা সংঘৰ মাজত
Read More News
T & CPrivacy PolicyContact Us