Install App
priyanka1162
This browser does not support the video element.
পূব যোৰহাট: বঙালপুখুৰীৰ জুবিন গাৰ্গৰ জন্মগৃহত শোকাকুল পৰিৱেশ। বঙালপুখুৰীৰ এইটো গৃহতেই জুবিন গাৰ্গে পাৰ কৰিছিল শৈশৱ , কৈশোৰ
Jorhat East, Jorhat | Sep 19, 2025
বঙালপুখুৰীৰ জুবিন গাৰ্গৰ জন্মগৃহত শোকাকুল পৰিৱেশ। এইটো গৃহতেই জুবিন গাৰ্গে পাৰ কৰিছিল শৈশৱ , কৈশোৰ। ইয়াতেই সংগীতৰ চৰ্চা কৰিছিল জুবিনে। আজি যেতিয়াই এই খবৰ আহিল কোনেও বিশ্বাস কৰিব পৰা নাই । খবৰ টো মিছা হওঁক বুলি এতিয়াও কামনা কৰিছে ওচৰ চুবুৰীয়াই। আজি জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই সৰুতে বঙাল পুখুৰীৰ ঘৰ খনত জুবিনে কেনেদৰে সময় অতিবাহিত কৰিছিল জনালে ৰাইজে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!