Download Now Banner

This browser does not support the video element.

ডিমৌ: ৰজাবাৰী বকুলডুবা গাঁ‌ৱত এটা বিষাক্ত চকৰীফেটি সাপ উদ্ধাৰ,সৰ্প বন্ধু ৰমিজ আলীয়ে সাপটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰে

Dimow, Sivasagar | Sep 5, 2025
ৰজাবাৰী বকুলডুবা গাঁ‌ৱত শুক্ৰবাৰে এটা বিষাক্ত চকৰীফেটি সাপ উদ্ধাৰ,সৰ্প বন্ধু ৰমিজ আলীয়ে সাপটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়ে।ৰজাবাৰী বকুলডুবাৰ দুলেন বৰাৰ গৃহত শুক্ৰবাৰে সন্ধিয়া এটা বিষাক্ত ৰজাফেটি সাপ উদ্ধাৰ হয়।
Read More News
T & CPrivacy PolicyContact Us