Download Now Banner

This browser does not support the video element.

নলবাৰী: শ্রীশ্রীগণেশ চতুর্থী উপলক্ষে চহৰৰ সত্ৰ শিৱ মন্দিৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে পূজা আৰম্ভ

Nalbari, Nalbari | Aug 26, 2025
ত্ৰয়োদশ বাৰ্ষিক শ্রীশ্রীগণেশ চতুর্থী উপলক্ষে নলবাৰী সত্ৰ শিৱ মন্দিৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীগণেশ পুজা আজিৰেপৰা উদযাপন কৰা হৈছে।উক্ত অনুষ্ঠানৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিশিষ্ট ধৰ্ম প্ৰচাৰক বাপুকণ ডেকাই ।স্থানীয় আয়তীসকলে দ্বাৰাই বন্তি প্ৰজ্বলন কৰাৰ লগতে বিভিন্ন আধ্যাত্মিক কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us