Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: পালেংবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য থুৰীবাৰীৰ বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায় বিপুল ভোটত জয়ী হ'ব

Bijni Part, Chirang | Sep 11, 2025
আগন্তুক বিটিআৰ নিৰ্বাচন উপলক্ষে পালেংবাৰীত ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী গৰাকীয়ে কয় যে থুৰিবাৰী অঞ্চলৰ ৰাইজ বিজেপিৰ পক্ষত,থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায় বিপুল ভোটত জয়ী হ'ব ।
Read More News
T & CPrivacy PolicyContact Us