This browser does not support the video element.
নগাঁও: মণিপুৰৰ পৰা দুটা চোৰক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ সদৰ আৰক্ষীৰ
Nagaon, Nagaon | Sep 1, 2025
মণিপুৰৰ পৰা দুজন চুৰক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ সদৰ আৰক্ষীৰ মণিপুৰৰ পৰা আটক কৰি দুজন চুৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নগাঁও সদৰ আৰক্ষীয়ে । উল্লেখ্য ২৮ আগষ্ট তাৰিখে নগাঁও আৰক্ষীত R15 AS 21 G 9359 নম্বৰৰ এখন চুৰিৰ গোচৰ ৰুজু হৈছিল । তাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। তদন্তৰ অন্তত মণিপুৰৰ পৰা আটক কৰে দুই বাইক চুৰক। আটকাধীন চুৰদুজনৰ নাম কাজিমুদ্দিন ঘৰ লুটুমাৰি , আফজাৰুল ইছলাম ঘৰ নিজ জুৰীয়া বুলি জানিব পৰা গৈছে।