Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বৰপাৰাত অটো আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ, সংকটজনক অৱস্থা স্কুটি আৰোহীৰ

Bongaigaon Part, Bongaigaon | Aug 8, 2025
বঙাইগাঁও চহৰৰ বৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কুটি আৰু অটোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত গুৰতৰভাবে আঘাতপ্ৰাপ্ত হয় স্কুটি আৰোহী জন। পিছে ৰাইজে ৰাইজে ব্যক্তি গৰাকীক উদ্ধাৰ কৰি নিকটবৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us