This browser does not support the video element.
ছিপাঝাৰ: দেওমৰনৈত ই-ৰিক্সা দুৰ্ঘটনাগ্ৰস্ত, গুৰুতৰভাৱে আহত চালক
Sipajhar, Darrang | Aug 23, 2025
ছিপাঝাৰ থানাৰ অন্তৰ্গত দেওমৰনৈত ই-ৰিক্সা দূৰ্ঘটনাগ্ৰস্ত।ই ৰিক্সা খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ।যাৰ ফলত চিঙি জায় চালক জনৰ সো ভৰি খন।চালক জনক নাহৰবাৰীৰ গকুল কৃষ্ণ ডেকা।অতি সংকটজনক অৱস্থাত চালক জনক চিকিৎসা লয়লৈ প্ৰেৰণ কৰে