This browser does not support the video element.
নগাঁও: ৫ হাজাৰ ছাত্ৰ ছাত্ৰীৰ নগাওঁ নেহেৰুৱালীত "মানুহে মানুহৰ বাবে" গীত পৰিৱেশন
Nagaon, Nagaon | Sep 8, 2025
বহুকেইটা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো চৰকাৰী আৰু বেচৰকাৰী ভাৱে উদযাপন কৰা হয় ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। নগাঁও নেহেৰুবালি পথাৰত "শিল্পী সমাজ, অসম"ৰ উদ্যোগত প্ৰায় পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে"! নগাঁও জিলাৰ অযুক্ত দেৱাশীষ শৰ্মাই আঁতধৰা অনুষ্ঠানটোত পৰিবেশন হোৱা গীতিটিয়ে এক বৰ্ণিল পৰিবেশৰ সূচনা কৰিলে নেহৰুবালিত।