Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সদৰৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে হাগ্ৰামা মহিলাৰিয়ে

Kokrajhar Part, Kokrajhar | Sep 10, 2025
বুধবাৰ দিনা দিনৰ ১২.৩০ বজাত কোকৰাঝাৰ চহৰৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে উক্ত অনুষ্ঠানত বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিৰ কনভেনৰ প্ৰবিন বড়োৰ লগতে বিপিএফৰ নেতা কৰ্মী সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us