Install App
priyanka1162
This browser does not support the video element.
পূব যোৰহাট: হাতীগড়ৰৰ ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপক জ্যেষ্ঠ শিক্ষক ৰজত চন্দ্ৰ গোস্বামীৰ বাসগৃহত তেখেতক বিশেষ সন্মান জনাই ৰাজ্যপালে
Jorhat East, Jorhat | Sep 5, 2025
শিক্ষক দিৱসৰ দিনা হাতীগড়ৰৰ ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপক জ্যেষ্ঠ শিক্ষক ৰজত চন্দ্ৰ গোস্বামীৰ বাসগৃহত তেখেতক বিশেষ সন্মান জনালে অসমৰ ৰাজ্যপালে । আজি শিক্ষক দিৱস। এই পৱিত্র ক্ষণত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য যোৰহাটত উপস্থিত হয়। হাতীগড়ৰৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষক ৰজত চন্দ্ৰ গোস্বামীৰ আধাৰ সত্ৰত উপস্থিত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!