Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: মাকুম ছোট হাপজান চাহ বাগিছাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ,শংকিত অঞ্চলবাসী ,উপস্থিত বন বিভাগৰ লোক
Tinsukia, Tinsukia | Sep 29, 2025
সোমবাৰে দুপৰীয়া প্ৰায় ২ বজাত মাকুম ছোট হাপজান চাহ বাগিছাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এজাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ কৰা দেখি শংকিত হৈ পৰে চাহ বাগিছা খনৰ ৰাইজ । বাগিছা খনত বন বিভাগৰ লোক আৰু মাকুম থানাৰ আৰক্ষীৰ উপস্থিত হয় ,হাতী খিনিয়ে একো ক্ষতি কৰা নাই সেয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি অৱগত কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!