Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বনৰগাঁৱত ইউপিপিএলৰ শান্তি সম্প্ৰতি ও আদৰণি পদযাত্ৰা অনুষ্ঠিত, উপস্থিত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্ম

Kokrajhar Part, Kokrajhar | Aug 27, 2025
বুধবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ বনৰগাঁৱ পৰিষদিয় সমিষ্টিৰ অন্তৰ্গত বনৰগাঁৱত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্ম উদ্যোগত শান্তি সম্প্ৰতি ও আদৰণি পদযাত্ৰা অনুষ্ঠিত কৰা হয়, উক্ত পদযাত্ৰাত ইউপিপিএলৰ এক হাজাৰতকৈ অধিক নেতা কৰ্মী আৰু সমৰ্থক অংশগ্ৰহণ কৰে, উক্ত অনুষ্ঠানত ইউপিপিএল কেন্দ্ৰীয়, ব্লক ও জিলা পৰ্যায়ৰ নেতা সকল উপস্থিত আছিল বুলি ব্লক সমিতিৰ সভাপতিয়ে জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us