Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বুছাইমাৰী বান্ধৰ কাষত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া, চিন্তিত শ শ নৈ পৰিয়া ৰাইজ
Mankachar, South Salmara-Mankachar | Sep 10, 2025
বুধবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বুছাইমাৰী বান্ধৰ কাষত আজিও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া। যাৰ বাবে আতংকত ভুগিব লগীয়া হৈছে শ শ নৈ পৰীয়া ৰাইজ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ফকিৰগঞ্জ অঞ্চলৰ বুছাইমাৰী অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!