Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত সমষ্টি ভিত্তিত হৈ থকা বৃহৎ স্বাস্থ্য শিৱিৰ শুভাৰম্ভণি

Doom Dooma, Tinsukia | Sep 24, 2025
ৰাজ্যজুৰি বিধানসভাৰ সমষ্টি ভিত্তিত হৈ থকা বৃহৎ স্বাস্থ্য শিৱিৰ বুধবাৰে তিনিচুকীয়াৰ জিলাত শুভাৰম্ভণি কৰে। জিলা খনৰ প্ৰথমটো স্বাস্থ্য শিবিৰ হিচাপে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাই হাইস্কুল খেলপথাৰত আৰম্ভ কৰে। এই শিবিৰ উদ্বোধন কৰে মন্ত্ৰী ৰূপেশ গোৱালাই। এই স্বাস্থ্য শিবিৰত মূলতঃ ১-১৮ বছৰ বয়সৰ শিশুৰ বাবে অনুষ্ঠিতকৰে।
Read More News
T & CPrivacy PolicyContact Us