This browser does not support the video element.
গোলাঘাট: কেঁচা চাহ পাতৰ উচিত মূল্য প্ৰদানৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমীপত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ
Golaghat, Golaghat | Sep 9, 2025
খেতিয়কক কেঁচা চাহ পাতৰ উচিত মূল্য প্ৰদানৰ দাবীত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যালয়ত সমীপত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ l কেঁচা চাহ পাতৰ উচিত মুল্য প্ৰদান নকৰাৰ প্ৰতিবাদত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত মঙ্গলবাৰে দিনৰ প্ৰায় ১ বজাত দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰা পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত আজি আন্দোলন আৰম্ভ কৰা বুলি মন্তব্য কৰে ।