Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: লক্ষীপুৰৰ এগৰাকী কিন্নৰক বিয়া পতাৰ প্ৰলোভনৰে ৩ লাখ ৫০ হাজাৰ টকা লৈ পলায়ন টিয়াপাৰা চৰৰ প্ৰেমিক বিল্লাল হুছেইনৰ

Lakhipur, Goalpara | Sep 18, 2025
লক্ষীপুৰৰ এগৰাকী কিন্নৰক বিয়া পতাৰ প্ৰলোভনৰে ৩ লাখ ৫০ হাজাৰ টকা লৈ পলায়ন টিয়াপাৰা চৰৰ প্ৰেমিক বিল্লাল হুচেইন।গোৱালপাৰা জিলাৰ গোসাইডুবীৰ বাসিন্দা মুন্নী কিন্নাৰে জিলাখনৰে টিয়াপাৰা চৰৰ বিল্লাল হুচেইনৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি ৩ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।অভিযোগ অনুসৰি- বিল্লাল হুছেইনে বিগত এবছৰৰ পৰা মুন্নী কিন্নাৰক ভাল পাই বিয়া কৰাৰ প্ৰলোভন দি প্ৰথমে ১ লাখ টকা লৈছিল।
Read More News
T & CPrivacy PolicyContact Us