Download Now Banner

This browser does not support the video element.

বাক্সা: বিটিআৰৰ তিনি লাখ তেইশ হাজাৰ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা বুলি মেদাঘাটত মন্তব্য মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

Baska, Baksa | Aug 30, 2025
বিটিআৰৰ তিনি লাখ তেইশ হাজাৰ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা বুলি আজি বাক্সা জিলাৰ মেদাঘাটত মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। আজি ইউপিপিএলৰ মুছলপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ সমৰ্থনত উলিওৱা ৰেলীত অংশগ্ৰহণ কৰি তেওঁ ইয়াৰ উপৰিও পয়সত্তৰ হাজাৰ লোকৰ মাটি কিনা বেচাৰ সুবিধা কৰি দিয়া বুলি মন্তব্য কৰে।
Read More News
T & CPrivacy PolicyContact Us