This browser does not support the video element.
পূব যোৰহাট: নিউ ভিল ৰোডত শাক পাচলি ব্যৱসায়ী সকলে একত্ৰিত হৈ হাতীলৈ উলিয়াই বিশাল শোভাযাত্ৰা
Jorhat East, Jorhat | Aug 25, 2025
নিউ ভিল ৰোডত শাক পাচলি ব্যৱসায়ী সকলে একত্ৰিত হৈ হাতীলৈ উলিয়াই বিশাল শোভাযাত্ৰা । সোমবাৰে দিনৰ এক বাজি ত্ৰিশ মিনিটলৈ উলিওৱা হয় এই শোভাযাত্ৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি | তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি যোৰহাট চহৰৰ মাজৰে হাতী সহ শোভাযাত্ৰা উলিওৱা হয় ।