This browser does not support the video element.
নগাঁও: নেহেৰুৱালীত 30000 অধিক লোকৰ মায়াবিনি গীত পৰিৱেশনেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নগাঁৱত
Nagaon, Nagaon | Sep 24, 2025
সমুহীয়াভাৱে তিৰিছ হাজাৰৰো অধিক জুবিন অনুৰাগীয়ে গালে একেলগে মায়াবিনি গীত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক শ্ৰূদ্ধাঞ্জলি জ্ঞাপনাৰ্থে আজি নেহেৰুৱালীত জুবিন অনুৰাগীয়ে গালে মায়াবিনি গীত উল্লেখ্য যে জুবিন গাৰ্গে কোৱা মতে তেওঁৰ মৃত্যুৰ পিছত মায়াবিনি গীত গোৱাৰ বাবে সেইমতে আজি নেহেৰুৱালীত দহ সহস্ৰাধিক জুবিন অনুৰাগীয়ে একেলগে গালে মায়াবিনি গীত