Download Now Banner

This browser does not support the video element.

মানকাচৰ: দক্ষিণ শালমাৰাৰ ছেৱলটাৰী চৈতাৰচৰ প্ৰথম খণ্ড গাঁৱৰ পাৰ ঘাটৰ শুভ উদ্বোধন , যাতায়তৰ সুবিধা হ'ব শ শ ৰাইজৰ

Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে দুপুৰীয়া ১ বজাত দক্ষিণ শালমাৰাৰ ছেৱলটাৰী চৈতাৰচৰ প্ৰথম খণ্ড গাঁৱৰ পাৰ ঘাটৰ শুভ উদ্বোধন কৰা হয়। উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল ফেকামাৰী খণ্ড উন্নয়ণ বিষয়া বাপধন আলীৰ লগতে সেই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল।উল্লেখ্য যে ছেৱলটাৰী চৈতাৰচৰ পৰা ভাশাৰ গাওঁ পাৰ ঘাটলৈ নাওঁ সেৱা মুকলি কৰা হয় আজিৰ পৰা ৷দক্ষিণ শালমাৰাৰ পৰা ধুবুৰীলৈ যোৱাত ৰাইজৰ হব সুবিধা৷
Read More News
T & CPrivacy PolicyContact Us