Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ বাপুজীনগৰৰ পৰা গৌৰৱ গগৈ ফেন ক্লাৱ অসমৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে মাৰাথন দৌৰৰ আয়োজন

Balijana, Goalpara | Aug 25, 2025
চহৰৰ বাপুজীনগৰৰ পৰা Gaurav Gogoi Fan Club Assamৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষ্যে মাৰাথান দৌৰৰ আয়োজন কৰা হয়। বিশেষকৈ গৌৰৱ গগৈ ফান ক্লাব, আসামৰ অষ্টম বৰ্ষ পুতি আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে গোৱালপাৰা বাপুজীনগৰ AIDC খেলপথাৰৰ পৰা আজি পুৱা এখন মাৰথান দৌৰৰ আয়োজন কৰা হয়।উক্ত মাৰাথান দৌৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাকেশ চক্ৰৱৰ্তীৰ লগতে যুৱ কংগ্ৰেছ,এন এচ ইউ আই আৰু জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us