Download Now Banner

This browser does not support the video element.

টিয়ক: হোলোঙাপাৰত অমৃত সৰোবৰ পৰিদৰ্শন কৰে অসমৰ ৰাজ্যপালে

Teok, Jorhat | Sep 5, 2025
হোলোঙাপাৰত অমৃত সৰোবৰ পৰিদৰ্শন কৰে অসমৰ ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি আজি পৰিদৰ্শন কৰে উক্ত স্থান । ২০ নং ফেচুৱাল গাওঁ পঞ্চায়তৰ সমীপত হোলোঙাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত অসম অমৃত সৰোবৰ সদ্ভাৱনা সংগত প্ৰতসাহন যোজনাৰ অধীনৰ অমৃত সৰোবৰ পৰিদৰ্শন কৰে । ৰাজ্যপালগৰাকীয়ে মহুৰা ক্লাষ্টাৰ লেভেল ফেডাৰেচন(CLF)ৰ সদস্যসকল লগত মত বিনিময় ।
Read More News
T & CPrivacy PolicyContact Us