Download Now Banner

This browser does not support the video element.

সোণাৰি: ৪ নং গুৱালাপথাৰত গৰু চুৰিৰ ঘটনা, দুটাকৈ গৰু লৈ উধাও চোৰ, নগা দুৰ্বৃত্তই চুৰি কৰাৰ সন্দেহ গৃহস্থৰ

Sonari, Charaideo | Aug 24, 2025
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত গুৱালাপথাৰত গৰু চুৰি ঘটনা সংঘটিত হৈছে। নিশা নগা দুৰ্বৃত্তই গৰু চুৰি কৰি অভয়পুৰ বনাঞ্চলেদি লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে। ঘটনা অনুসৰি চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষতে লাগি থকা গুৱালাপথাৰ গাঁৱত প্ৰায়েই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা। নগাৰ দূৰ্বিত্তৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। পূৰ্বেও গাঁও খনৰ বহু পশু ধন চুৰি হৈছে যদিও আজি পৰ্যন্ত কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। গ
Read More News
T & CPrivacy PolicyContact Us