This browser does not support the video element.
গোলাঘাট: মেৰাপানীত প্ৰশাসন হাতৰ মুঠিত ৰাখি অবৈধ ভাৱে চলোৱা লালী গুৰৰ ব্যৱসায়ী প্ৰদীপ গুপ্তাক গ্ৰেপ্তাৰ
Golaghat, Golaghat | Sep 24, 2025
মেৰাপানীত প্ৰশাসন আৰু আৱকাৰী বিভাগক হাতৰ মুঠিত ৰাখি অবৈধ ভাৱে চলোৱা লালী গুৰৰ ব্যৱসায়ী প্ৰদীপ গুপ্তাক বুধবাৰে দিনৰ প্ৰায় ১ বজাত গ্ৰেপ্তাৰ। খোৱা গুৰ আৰু পশু খাদ্যৰ অনুজ্ঞাপত্ৰ উলিয়াই প্ৰদীপ গুপ্তাই মেৰাপানীৰ বিভিন্ন ঠাইত কেইবাটাও গোদাম স্থাপন কৰি চলাই গৈছে ৰমৰমীয়া বেহা বুলি অভিযোগ উত্থাপনৰ পিচতেই ৰাইজৰ প্ৰতিবাদৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে প্ৰদীপ গুপ্তাক।