This browser does not support the video element.
শিৱসাগৰ: কা ৰ প্ৰতিলিপি দাহ কৰি শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ
Sibsagar, Sivasagar | Sep 6, 2025
কা ৰ প্ৰতিলিপি দাহ কৰি শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আৱেদনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধিতাৰে নগৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ অসম জাতীয় পৰিষদে । বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ।