Download Now Banner

This browser does not support the video element.

আজাৰা: আজাৰা আৰক্ষীৰ জালত ATMৰ পৰা ধন হৰলুকি কৰা লোক

Azara, Kamrup Metropolitan | Apr 5, 2024
ৰাজ্যত বৃদ্ধি পাইছে এটিএমৰ পৰা ধন হৰলুকি কৰা চক্ৰৰ সক্ৰিয়তা । কেতিয়াবা একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে আৰু কেতিয়াবা এটিএমলৈ যোৱা সাধাৰণ লোকক ঠগবাজি কৰি এটিএম কাৰ্ড সলাই ধন  হৰলুকি কৰে । তেনে এটা ধন হৰলুকি কৰা এটা গভাইত চোৰক বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভিআইপিত থকা এছ বি আই শাখাৰ সমুখৰ পৰা আজাৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধুবুৰী ঝগৰাপাৰৰ আনোৱাৰ হুছেইন নামৰ চোৰটোৰ পৰা এটিম কাৰ্ড ৬খন আৰু টকা ৪৫ হাজাৰ উদ্ধাৰ কৰে ।
Read More News
T & CPrivacy PolicyContact Us