This browser does not support the video element.
ওদালগুৰি: খৈৰাবাৰীত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন সভা অনুষ্ঠিত হয়, সভাত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা
Udalguri, Udalguri | Sep 7, 2025
জিলা খনৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ খৈৰাবাৰী চহৰত বিজেপি দলে এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰে। ইপিনে উক্ত কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি উপস্থিত ৰাইজ তথা দলৰ সতীৰ্থ সকলৰ সতে বাৰ্তালাপ কৰে। উক্ত নিৰ্বাচনী সভাতে কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলৰ যোগদান কৰে। নতুন সদস্যক দললৈ আদৰণি জনালে মন্ত্ৰী পীযুষ হাজৰিকাই। উক্ত সভাত বিধায়ক জিতু গোস্বামী, জিলা সম্পাদক সুজিত সৰকাৰ বিশেষ ভাৱে উপস্থিত থাকে।