Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বাউখুংগৰী পৰিষদিয় সমিষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী চুনিল নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল

Kokrajhar Part, Kokrajhar | Sep 1, 2025
সোমবাৰ দিনা দিনৰ ১২ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১১ নং বাউখুংগৰী পৰিষদিয় সমিষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী চুনিল নাৰ্জাৰিয়ে ২২ চেপ্তেম্বৰত অনুষ্ঠিত হবলগীয়া বিটিচি নিৰ্বাচনৰ বাবে পদযাত্ৰা কৰি আহি কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে, তেওঁৰ লগত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সভাপতি প্ৰেম হাছদা
Read More News
T & CPrivacy PolicyContact Us