Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা,পালচাৰ বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ, গুৰুত্ব ভাবে আহত দুজন

Mangaldoi Part, Darrang | Aug 28, 2025
মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা,পালচাৰ বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত স্কুটি চালক গনেশ্বৰ বসুমতাৰী বাইক চালক আখতাৰ হুচেই।দুয়ো চালকক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গনেশ্বৰ বসুমতাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰে চিকিৎসকে।পালচাল চালক আখটাৰ হুছেইন চিকিৎসালয়ত ভৰ্তি।স্কুটিৰ নম্বৰ AS-13G 1321 আৰু পালচাৰ খনৰ নম্বৰ AS-R 7710,ঘটনা স্থলীত মঙ্গলদৈ থানাৰ আৰক্ষী উপস্থিত।
Read More News
T & CPrivacy PolicyContact Us