This browser does not support the video element.
লংকা: শ্ৰীমা ভৱন প্ৰাংগণত ড্ৰাগছৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন ছেলীৰ উদ্যোগত আয়োজন কৰা হয় সজাগতা সভাৰ
Lanka, Hojai | Sep 9, 2025
মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত লামডিং চহৰৰ শ্ৰীমা ভৱনৰ প্ৰাংগণত ড্ৰাগছৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন ছেলীৰ উদ্যোগত আয়োজন কৰা হয় এক সজাগতা সভাৰ।উক্ত সভাত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে আদি কৰি বিশিষ্ট ব্যক্তি সকল।ড্ৰাগছে কেৱল এগৰাকী ব্যক্তিকেই ধ্বংস নকৰে, ইয়াৰ লগতে ধ্বংস কৰে এটি পৰিয়াল, এখন সমাজক। সেয়েহে এই দিশত সচেতনতা বৃদ্ধি কৰি ড্ৰাগছমুক্ত লামডিং গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ কথা নিজ ভাষণত উল্লেখ কৰে বিধায়ক শিব